ধেমাজি জিলাত ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি, ১৭ অক্টোবৰঃ আজি সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে ধেমাজিতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়।

আজি ধেমাজি কাছাৰী ময়দান খেল পথাৰত পাৰ্বত্য উন্নয়ন খনিজ দপ্তৰ মন্ত্ৰী চুম ৰংহাঙে পূৱা ৯ বজাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে।

আৰু উপস্থিত থাকে ধেমাজি জিলা উপয়ুক্ত, ধেমাজি জিলা আৰক্ষী অধ্যক্ষ্ আৰু ধেমাজিৰ বিধায়ক ড০ ৰনোজ পেগু।

ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here