পৰৱৰ্তী অ’পিডিত ছানভেলী হস্পিটেলৰ চিকিৎসক

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৭ আগষ্টঃ মহানগৰীৰ ছানভেলী চিকিৎসালয়ৰ উদ্যোগত আজি ১৭ আগষ্ট শনিবাৰে
গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ কাৰণে এক বিনামূলীয়া অ’পিডি ক্লিনিকৰ
আয়োজন কৰা হৈছে।

বিয়লি ৪ বজাৰ পৰা ৬ বজালৈ চলিবলগা এই শিবিৰত
অংশগ্ৰহণকাৰীসকলে মধুমেহ ৰোগৰ পৰামৰ্শৰ লগতে ৰক্ত চাপ আৰু ব্লাড চুগাৰ
পৰীক্ষাৰ সুবিধা লাভ কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here