ভাৰতৰ ৰাষ্ট্ৰীয় পতকাক অপমান ৰাতি ৭-৪৫ বজালৈকে উৰি থাকিল ত্ৰিৰংগা

0
15

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৭ আগষ্টঃ যি সময়ত ভাৰতবাসীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় পতকাক সন্মান দি আহে ঠিক সেই সময়তেই হোজাই জিলাৰ লংকাৰ ষ্টেট বেংকৰ কৰ্মচাৰীয়ে অপমান কৰিছে ভাৰতীৰ ৰাষ্ট্ৰীয় পতকাক৷

১৫ আগষ্টৰ সন্ধিয়া ৭-৪৫ বজালৈ বেংকৰ সন্মুখত উৰি থাকিল ৰাষ্ট্ৰীয় পতকাখন৷

তাকে লৈ সচতেন নাগৰিকৰ মাজত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here