প্ৰেছ ক্লাবত মেডিয়া অ’পিডি সম্পন্ন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৯ আগষ্টঃ মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় ছানভেলী হস্পিটেলৰ উদ্যোগত ১৭ আগষ্ট (শনিবাৰে) গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ কাৰণে এক বিনামূলীয়া মেডিয়া অ’পিডি ক্লিনিকৰ আয়োজন কৰা হয়।

শিবিৰত অংশগ্ৰহণকাৰী সকলে ডাঃ তপন শৰ্মা (মেডিচিন), ডাঃ এম ইউ আহমেদৰ পৰা মধুমেহ ৰোগৰ লগতে স্বাস্থ্য সম্বন্ধীয় পৰামৰ্শ লাভ কৰে।

প্ৰায় ২৫ গৰাকী সংবাদিকে অংশগ্ৰহণ কৰা শিবিৰত স্বাস্থ্য কৰ্মী বাসুদেৱ দাস চোনেপ্লু ক্ৰীয়ে ৰক্ত চাপ আৰু ব্লাড চুগাৰ পৰীক্ষা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here