ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,১৯ আগষ্টঃ ধেমাজি জিলা এখন অন্যতম শিক্ষানুষ্ঠান ধেমাজি বাণিজ্য মহাবিদ্যালয়, জিলাখনৰ ভিতৰতেই অন্যতম মহাবিদ্যালয় হিচাপে পৰিচিত বিদ্যালয়খনলৈ শিক্ষাগ্ৰণৰ বাবে লখিমপূৰ, ধেমাজি আৰু অৰুণাচলৰ পৰা শিক্ষাৰ্থী সোঁতবোৱা পৰিলক্ষিত হয়।

মহাবিদ্যালয় খনিত আজি আৱাসী ছাত্ৰীসকলে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে।

ভাৰপ্ৰাপ্ত অধক্ষ্যই উদ্বোধন কৰা সভাখনত বিহুনৃত্য, কোৰাচকে ধৰি আদৰণি সভাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে।

লগতে বিদ্যালয়ৰখনৰ জ্যেষ্ঠ ছাত্ৰীসকলে নতুনকৈ অহা ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰা লগতে বহু সু-পৰামৰ্শ আৰু বিদ্যালয়ৰ নীতি নিয়মৰ বিষয়ে জ্ঞান প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here