গুৱাহাটী প্ৰেছ ক্লাবৰ বাৰ্তালাপ অনুষ্ঠানত জম্মুৰ সাংবাদিক   টিটো গনজু

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৯ আগষ্টঃ জম্মু-কাশ্মীৰৰ পৰা শেহতীয়াভাৱে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাকলৈ বিষয়টো সন্দৰ্ভত সমগ্ৰ বিশ্বতে  ব্যাপক  চৰ্চা হৈছে।   

‘এপিলগ’ৰ মুখ্য সম্পাদক  টিটো গনজু

চুবুৰীয়া দেশ পাকিস্তানে এই সন্দৰ্ভত ৰাষ্ট্ৰ সংঘৰ হস্তক্ষেপ বিচাৰিছে। আনহাতে ভাৰততো বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰিছে।

এই বিষয়বস্তুৰ লগতে জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত  গুৱাহাটী প্ৰেছ ক্লাবৰ
সদস্য-সাংবাদিক সকলেৰে  ভিডি’অকনফাৰেন্সযোগে মত-বিনিময় কৰিব জম্মুৰ
জ্যেষ্ঠ সাংবাদিক তথা  ‘এপিলগ’ৰ মুখ্য সম্পাদক  টিটো গনজুৱে।

শুক্ৰবাৰে(২৩ আগষ্ট)ৰ বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা  এই বাৰ্তালাপ অনুষ্ঠানত সাংবাদিকসকৰ উপস্থিতি কামনা কৰিছে                                             আয়োজকসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here