গুৱাহাটী প্ৰেছ ক্লাবৰ পৰৱৰ্তী মিডিয়া অ’পিডিত এপল’ৰ চিকিৎসক

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২২ আগষ্টঃ গুৱাহাটী প্ৰেছ ক্লাবৰ সাপ্তাহিক চিকিৎসা শিবিৰত এইবাৰ
উপস্থিত থাকিব আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান এপল’ হস্পিটেল, চেন্নাইৰ
জ্যেষ্ঠ চিকিৎসক ডাঃ কে এল পাৰভিন কুমাৰ।

অহা শনিবাৰে (২৪ আগষ্ট) আবেলি ৪ বজাৰ পৰা ৬ বজালৈ প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলৰ বাবে এই স্বাস্থ্য শিবিৰ মুকলি থাকিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here