গুৱাহাটী প্ৰেছ ক্লাবত মিডিয়া অ’পিডি সম্পন্ন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৫ আগষ্টঃ  আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান এপল’ হস্পিটেল, চেন্নাইৰ  জ্যেষ্ঠ চিকিৎসক  ডঃ কে এল প্ৰবীণ কুমাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য-সংবাদিকসকলৰ বাবে শনিবাৰে (২৪   আগষ্ট)  অনুষ্ঠিত স্বাস্থ্য  শিবিৰত  উপস্থিত থাকি  খেলা -ধূলা  আৰু দুৰ্ঘটনাজনীত কাৰণত হোৱা হাড়ৰ বিষ সম্পৰ্কত সাংবাদিকসকলক পৰামৰ্শ দিয়ে।

প্ৰায় কুৰি গৰাকীৰো অধিক সাংবাদিক উপস্থিত থকা শিবিৰত এপল’ হস্পিটেলৰ বাণিজ্যিক বিষয়া ৰূপজ্যোতি বৰুৱা উপস্থিত থাকি  সাংবাদিকসকলক হাড়ৰ কিবা সমস্যা থাকিলে যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here