শিখ ধৰ্মৰ প্ৰথম গুৰু শ্ৰীগুৰু নানাক জন্মজয়ন্তী

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৬ আগষ্টঃ শিখ ধৰ্মালম্বীসকলৰ প্ৰথম গুৰু শ্ৰীগুৰু নানাকৰ জন্ম জয়ন্তী উপলক্ষে যোৱা ১৭ তাৰিখ শনিবাৰৰ পৰা আটাইকেইখন জিলাত গুৰু নানক দেৱৰ ৫৫০ তম্ জন্ম জয়ন্তী উপলক্ষে অসমৰ সকলো জিলাৰ অন্তৰ্গত থকা শিখ সমাজে

উলিওৱা ধৰ্মীয় অনুষ্ঠানৰ শোভাযাত্ৰা (নাগৰ কীৰ্তন) যোৱা ২৩ আগষ্টৰ দিনা পৱিত্ৰ গুৰু গ্ৰন্থ চাহিবজী নগাওঁ গুৰুদ্বাৰত উপস্থিত হয়হি অসমৰ সকলো জিলাৰ শিখ সমাজ।

২৫ আগষ্টত সদৌ অসম শিখ যুৱক সংঘৰ সহযোগত অতি উলহ মালহেৰে শ্ৰীগুৰু নানাক জীৰ জন্ম জয়ন্তী অন্তিম(আৰ্দাছ)প্ৰাৰ্থনা নগাওঁ গুৰুদুৱাৰত সমাপ্তি হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here