দালমিয়া চিমেণ্ট ফেক্টৰিৰ এখন মালবাহী ট্ৰাকৰ উদভণ্ডালি

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৩০ আগষ্টঃ লংকা চহৰৰ মাজমজিয়াত অৱস্থিত লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত কিছুদিনৰ পৰা অভাৰ ব্ৰীজৰ কাম চলি থকাৰ কাৰণে মূল পথচোৱাৰে যান বাহন অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

কিন্তু যোৱা কালি এই ঠেক পথেৰে ৰাইজে বাৰম্বাৰ বাধা দিয়াৰ পাছতো লংকাৰ দালমিয়া চিমেণ্ট ফেক্টৰিৰ এখন মালবাহী কিলিংকাৰৰ ট্ৰাক সোমাই পৰে।

ইয়াৰ পাছতেই বোকাত আবদ্ধ হৈ পৰে ট্ৰাকখন। এই ক্ষেত্ৰত ৰাইজৰ লগতে স্থানীয় ৰোগী ১০৮ ত চিকিৎসালয়লৈ আহা যোৱাত বহু অসুবিধা হয়,এনে অভিযোগ দাখিল কৰিলে ইস্থনীয় লোকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here