ক্ৰীড়া ভাৰতী, লামডিং প্রখণ্ডৰ উদ্যোগত আন্তঃ বিদ্যালয় কাবাদী টুৰ্ণামেণ্ট অনুষ্ঠিত

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,লামডিং, ৩১ আগষ্টঃ ক্ৰীড়া ভাৰতী, লামডিং প্রখণ্ডৰ উদ্যোগত যোৱা ২৯ আগষ্টত ভাৰত মাতাৰ বীৰ সন্তান মেজৰ ধ্যান চান্দৰ জন্মদিন উপলক্ষে লামডিং ৰেলৱে ছিলডেন পাৰ্কত আন্তঃ বিদ্যালয় কাবাদী টুৰ্ণামেণ্ট অনুষ্ঠিত হৈ যায়।

উক্ত টুৰ্ণামেণ্টত লামডিং কেন্দ্ৰীয় বিদ্যালয় ৰামকৃষ্ণ বিদ্যাপীঠ ,শংকৰদেৱ বিদ্যা নিকেটন ,প্ৰণবানন্দ বিদ্যামন্দিৰ ,আৰু শংকৰদেৱ হিন্দী হাইস্কুলে অংশ গ্ৰহণ কৰে।

উক্ত প্ৰতিযোগিতাত প্ৰণবানন্দ বিদ্যামন্দিৰ প্ৰথম আৰু ৰামকৃষ্ণ বিদ্যাপীঠে দ্বিতীয় স্থান লাভ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here