পৰি ষ্টুডিঅ’ৰ তৰফৰ পৰা এটি অ’ডিঅ’ আধুনিক গীত শুভ মুক্তি

0
44

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি,৩১ আগষ্টঃ উজনি অসমৰ অন্যতম বাণীবন্ধন ষ্টুডিঅ’ হিচাপে খ্যাত ‘পৰি ষ্টুডিঅ’’।

ধেমাজি জিলা গোগামুখ স্হিত পৰি ষ্টুডিঅ’য়ে অসমৰ লগতে স্থানীয় নবীন প্ৰবীন শিল্পীসকলৰ গীতৰ বাণীবদ্ধৰ ক্ষেত্ৰত যঠেষ্ট সুবিধা প্ৰদান কৰি আহিছে।

বৰ্তমানে অসমীয়া, বড়ো, মিচিং, কছাৰী, বাগানীয়া, হিন্দী ভাষাৰ গীত বাণীবদ্ধ কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে আজি এই চেনেলৰ জৰিয়তে অসম বাসীৰ মাজলৈ মৰম আৰু আশীৰ্বাদ বিচাৰি মহেন্দ্ৰ দত্তৰ পৰিচালনাৰে আৰু পংকজ শইকীয়া আৰু আমান্টিকা বৰা কণ্ঠত ,(নাচো নাচো)নামেৰে এটি আধুনিক গীত আগবঢ়াই দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here