গুৱাহাটী প্ৰেছ ক্লাবৰ মিডিয়া অ’পিডি সম্পন্ন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ চেন্নাইৰ  আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান  ডাঃ ৰেলা 
ইনষ্টিটিউট এণ্ড মেডিকেল চেণ্টাৰৰ অভিজ্ঞ চিকিৎসক ডাঃ  প্ৰাণেথৰণ মাৰিমুথুৰ উপস্থিতিত শনিবাৰে(৩১ আগষ্ট) 
গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা স্বাস্থ্য শিবিৰত প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলে  নিজৰ লগতে পৰিয়ালৰ সদস্যৰ 
মগজু আৰু  স্নায়ুজনিত  ৰোগৰ  সমস্যা  সম্পৰ্কত পৰামৰ্শ লাভ কৰে। প্ৰায় ১০ গৰাকীৰো অধিক সাংবাদিকে অংশ লোৱা শিবিৰত উত্তৰ পূৱৰ বাণিজ্যিক বিষয়া চিৰঞ্জীব শৰ্মাও উপস্থিত থাকে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here