প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ চেন্নাইৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান ডাঃ ৰেলা
ইনষ্টিটিউট এণ্ড মেডিকেল চেণ্টাৰৰ অভিজ্ঞ চিকিৎসক ডাঃ প্ৰাণেথৰণ মাৰিমুথুৰ উপস্থিতিত শনিবাৰে(৩১ আগষ্ট)
গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা স্বাস্থ্য শিবিৰত প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলে নিজৰ লগতে পৰিয়ালৰ সদস্যৰ
মগজু আৰু স্নায়ুজনিত ৰোগৰ সমস্যা সম্পৰ্কত পৰামৰ্শ লাভ কৰে। প্ৰায় ১০ গৰাকীৰো অধিক সাংবাদিকে অংশ লোৱা শিবিৰত উত্তৰ পূৱৰ বাণিজ্যিক বিষয়া চিৰঞ্জীব শৰ্মাও উপস্থিত থাকে ।
Facebook Comments