শিক্ষক দিৱসত অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা

0
51

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মণীষা শৰ্মা, ৬ ছেপ্টেম্বৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিৰ তৰফৰ পৰা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে বৰমা অঞ্চলৰ তিনিজনকৈ অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে নৃপেন নাথ শৰ্মা (আলাগজাৰ গাঁও)মহঃ আব্দুল লতিফ(বৰঝাৰ গাঁও), গদাধৰ বড়ো (কালজাৰ গাঁও)ক নিজৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

এই সম্বৰ্ধনা অনুষ্ঠানত যুৱ-ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিৰ সভাপতি বাবুল হুছেইন আৰু সাধাৰণ সম্পাদক ধীৰাজ বৰ্মনৰ লগতে পৰিষদৰ ভালেকেইজন নেতা-কৰ্মী উপস্থিত আছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here