লংকাৰ লস্কৰ পথাৰত ভূমি কেন্দ্ৰীক সংঘাতঃকনিষ্ঠ ভাতৃৰ আক্ৰমণত প্ৰাণ গ’ল জ্যেষ্ঠ্ ভাতৃৰ

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ৭ ছেপ্টেম্বৰঃ লংকাৰ লস্কৰ পথাৰত ভূমি কেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতিত কনিষ্ঠ ভাতৃৰ আক্ৰমণত প্ৰাণ গ’ল‌ জ্যেষ্ঠ্ ভাতৃৰ।

নিহত লোকজন আব্দুল আলী বুলি জানিব পৰা গৈছে।

জহিৰুল, ৰফিকুল আৰু আশ্বিকুল নামৰ তিনি কনিষ্ঠ ভাতৃয়ে লাঠিৰে আক্ৰমণ চলাইছিল জ্যেষ্ঠ্ ভাতৃ আব্দুলক।

পলত থিতাতে মৃত্যুক আকোঁৱালি লয় লোকজনে। বৰ্তমানে ঘটনাস্থলীত গৈ উপস্থিত হৈছে লংকা আৰক্ষীৰ লোক।

সম্প্ৰতি পলাতক অৱস্থাত আছে ভাতৃহন্তা তিনি‌ হত্যাকাৰী।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here