বানপীড়িতৰ সাহায্যাৰ্থে আজি ধেমাজি জীয়াঢ়ল অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ, পশু চিকিৎসা শিবিৰ আৰু খোৱা খাদ্য সামগ্ৰী বিতৰণ কৰে

0
27

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি, ৯ ছেপ্টেম্বৰঃ বানপানী শুকাই গৈছে যদিও বৰ্তমানো সমস্যা কমা নাই বানপীড়িত অঞ্চলত।

বানাক্ৰান্ত ৰাইজ মাজত নানান অচিন ৰোগে দেখা দিছে আৰু শ শ বিঘা কৃষিভূমি নষ্ট লগতে যাতায়ত বিচ্ছিন্ন, পোহনীয়া জন্তুৰ বাবে খাদ্য নাতনি সমস্যাৰ সৃষ্টি হৈছে।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি ধেমাজি জিলাৰ জীয়াঢ়ল অঞ্চলত the assam Conservation trust য়ে বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰে।

উক্ত বানপিড়ীত সাহায্য প্ৰদানৰ ক্ষেত্ৰত চাৰিটা সংস্থাই উদ্যোগ লয়, সেইকেইটা ক্ৰমে-

1) Meterial Support by Kalpana Dihingia,-Dorai Foundation, Chennai.

2) Animal Camp-Just Be Friendly ,(www.jbfsociet.org)

3) Medical Support- Oriental Cancer institute & Midland Hospital.

4) Volunteers- City GYM & Kishma theater Production.আৰু সহযোগ কৰিছে ধেমাজি জিলা যুৱ মৰ্চা সমিতিয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here