হাঁ‌হচৰা হাৰিপৰা আলিত দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী নিহত

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা, ১৯ ছেপ্টেম্বৰঃ নাজিৰা পৰা শিৱসাগৰ অভিমুখী আছিল দ্ৰুতবেগী বাহন খন । ১৪ ছেপ্টেম্বৰ সন্ধিয়া ৬ বজাত দ্ৰুত বেগী বাহনৰ খুন্দাত নিহত হাৰিপৰা আলিৰ তপন মেছ নামৰ এজন ৫০বছৰীয়া ব্যক্তি

দ্ৰুত বেগী বাহনৰ খুন্দাত চূৰ্ণ-বিচুন্ন হৈ পৰে তপন মেছৰ দেহ।

দুৰ্ঘটনা সংঘটিত কৰি বাহন খন পলাই যায় । দুঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে আৰক্ষী উপস্থিত হয় যদিও বাহন খনৰ সন্ধান পোৱা নগ’ল ।বৰ্তমান আৰক্ষীয়ে দ্ৰুত বেগী বাহনৰ সন্ধান আৰম্ভ কৰিছে ।

ৰাস্তা-ঘাটৰ দুৰাৱস্থাৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here