একাংকিকা নাট প্ৰতিযোগিতা আয়োজন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা, ১৯ ছেপ্টেম্বৰঃ ব্যতিক্রমী চিন্তাৰে আগবঢ়া ধিতাইপুখুৰী অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান “নটৰাজম্ ” বিদ্যালয়ৰ উদ্যোগত অহা ১৬ জানুৱাৰী ২০২০ চনত একাংকিকা নাট প্ৰতিযোগিতা আয়োজন কৰা হৈছে ।

আগ্ৰহী একাংকিকা নাটৰ দ’ল সমূহে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল । একাংকিকা নাট প্রতিযোগিতাৰ প্রথম পুৰস্কাৰ নগদ ১৫০০০টকা, দ্বিতীয় পুৰস্কাৰ নগদ ১০০০০টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ৭০০০ টকাৰ।

ব্যক্তিগত শিতানত থাকিব বহুকেইটা নগদ ধনৰ আকর্ষণীয় পুৰস্কাৰ। ইচ্ছুক প্রতিযোগি দলসমূসক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱ হল। পাণ্ডুলিপি জমা দিয়াৰ শেষ তাৰিখ ৩০ নবেম্বৰ ২০১৯ ।
আগতীয়াকৈ যোগাযোগৰ বাবে এই নম্বৰ যোগাযোগ কৰিব পাৰিব – ৭০০২৩৭৯৯৮৪,৬০০২৮৯২৯৯৪,৭০০২৪১১৩৬৩

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here