উদ্বোধনী অনুস্থানত বিধায়ক ডাঃ ৰনোজ পেগু

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১৯ ছেপ্টেম্বৰঃ ধেমাজি জিলা বৰদলনি উন্নয়ন খণ্ডত অন্তৰ্গত বৰবাম পঞ্চায়ত দিহিঙ্গীয়া তিনিআলি ১৪ বৃত্তিয় আঁচনি পৰা ৪ লাখ টকীয়া এটি কালভাত শুব উদ্বোধন কৰা হয়।

উক্ত অনুষ্ঠানৰ উদ্বোধক অংশগ্ৰহণ কৰে ধেমাজি জিলা ১১৩ নং বিধানসভা সমষ্টি বিধায়ক ডা: ৰনোজ পেগু ডাঙৰীয়া আৰু আৰু বৰদলনি জিলা পৰিষদ মহন গগৈ ডাঙৰীয়া।

লগতে বিধায়ক গৰাকীয়ে অনাগত দিনত এনেকৈয়ে ৰাইজৰ হৈ কাম কৰি যাব বুলি জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here