ধেমাজিত ৩০ খনৰো অধিক গাঁও জীয়াঢল নদীৰ কৱলত

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া, ২০ ছেপ্টেম্বৰঃ ভদীয়া বানৰ কৱলত ধেমাজিত ৩০ খনৰো অধিক গাঁও।

আজি কিছু দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা জীয়াঢল নদীৰ বাঢ়নী পানীৰে বুৰাই পেলাইছে ধেমাজিত ৩০খনৰো অধিক গাঁও।

বানৰ কবলত জীয়াঢল চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়

এই বানৰ ফলত তীব্ৰ খাদ্য সংকট ভূগিছে পশুধন। এতিয়া একাংশ বিদ্যালয় পানীৰ তলত।

যাৰ বাবে ছাত্ৰ- ছাত্ৰীৰে শিক্ষা গ্ৰহণৰ পৰা বিৰত থাকিব লগা হৈছে।

ইফালে হেক্টৰ হেক্টৰ বিঘা খেতি পথাৰ এই বানে নষ্ট কৰিছে । আনহাতে যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা বন্ধ কৰা হৈছে ধেমাজিৰ পৰা সকলো ধৰণৰ ৰে’ল সেৱা ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here