গুৱাহাটী প্ৰেছ ক্লাৱত চকু চিকিৎসা শিবিৰৰ আয়োজন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ ৰাজ্যৰ আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান  শংকৰদেৱ নেত্ৰালয়ৰ

উদ্যোগত  সোমবাৰে (২৩ ছেপ্টেম্বৰ) গুৱাহাটী প্ৰেছ ক্লাৱত এক চকু  চিকিৎসা

শিবিৰৰ আয়োজন কৰা হৈছে।  শিবিৰত সাংবাদিক সকলে নিজৰ লগতে পৰিয়ালৰ

সদস্যসকলৰ চকুৰ বিনামূলীয়া প্ৰাথমিক চিকিৎসা  আৰু  পৰামৰ্শ লাভ কৰিব

পাৰিব।  উল্লেখযোগ্য যে,  ১১বজাৰ আবেলি ৪ বজালৈ অনুষ্ঠিত হব লগা উক্ত

শিবিৰত চিকিৎসালয়খনৰ চিকিৎসা সঞ্চালক ডাঃ হৰ্ষ ভট্টাচাৰ্যও  কিছু সময়ৰ

বাবে উপস্থিত থাকিব। শিবিৰত সুমহ সাংবাদিকৰ উপস্থিতি কামনা কৰা হ’ল৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here