বীৰ লাচিত সেনাৰ অসম পিয়লি ফুকন আঞ্চলিক সমিতি গঠন

0
10

 প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ ,হাঁহচৰাৰ পৰা মুকুল বাইলুং , ২৪ ছেপ্টেম্বৰঃ ১৫ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাত  বীৰ লাচিত সেনা , অসম নাজিৰা মহকুমা সমিতি  সভাতি প্ৰাঞ্জল শইকীয়াৰ সভাপতিত্বত  পিয়লী ফুকন আঞ্চলিক সমিতি গঠন কৰা হয় ।  

মেঘা বৃত্ত বড়াক সভাপতি , নৃত্যা চেতিয়া , হৰেকৃষ্ণ ফুকন , নিৰন্ত বৰগোঁহাইক উপ-সভাপতি ,  বসন্ত চৰাইমুৰীয়াক সম্পাদক হিচাপে লৈ ২১জনীয়া এখন শক্তিশালী বীৰ লাচিত সেনা , অসম  পিয়লী ফুকন আঞ্চলিক সমিতি গঠন কৰা হয় ।  

সভাত বীৰ লাচিত সেনা , অসম কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাংগঠনিক সম্পাদক  শৃংখল চলিহাই  শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় সম্পাদক  হিমাংশু দত্ত লগতে নাজিৰা মহকুমা সমিতিৰ মুখ্য উপদ্দেষ্টা হৃদয়ানন্দ ঘন কোঁৱৰ , সম্পাদক অনুপম সন্দিকৈ , সহ-সম্পাদক, কৃষ্ণকান্ত কোঁৱৰ , সাংগঠনিক সম্পাদক দিপাংকৰ বেজবৰুৱা, নাজিৰা আঞ্চলিক সমিতি কাৰ্যকৰি সভাপতি জ্যোতিময় বৰুৱাৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here