পুৱাই লংকাত হাতে হাতে বাঢ়নি লৈ পথত ওলাল মহিলা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১২ অক্টোবৰঃ গান্ধীজয়ন্তীৰ লগত সংগতি ৰাখি যোৱা দুই অক্টোৱৰত লংকাৰ ৮ নং ৱাৰ্ডত পূৱাই স্হানীয় মহিলাসকলে হাতে হাতে বাঢ়নি লৈ স্বচ্ছ ভাৰত গঢ়াৰ লক্ষ্যৰে লংকাৰ ২ নং ৰে’ল গেটৰ পৰা দূৰ্গা মন্দিৰলৈ প্ৰায় ডেৰ কি.মি.পথত পৰি থকা প্লাষ্টিক,জাৱৰ-জোঠৰ আদি চাফা কৰা পৰিলাক্ষিত হ’য় ।

উক্ত কাৰ্য্যসূচীৰ জৰিয়তে প্লাষ্টিক মুক্ত তথা স্বচ্ছতাৰ দিশত সমাজখনক কেনেকৈ সজাগতা সৃষ্টি কৰিব পাৰি তাৰ ক্ষেত্ৰতো ৰাইজক এক সজাগতা সৃষ্টি কৰে ।

উক্ত কাৰ্য্যসূচীত লংকাৰ পৌৰ সভাৰ উপ সভানেত্ৰী সুলতা ৰাণীৱেও অংশগ্ৰহণ কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here