গেলেকী-নাজিৰা পথৰ দুৰৱস্থাঃ ৰাজপথলৈ ওলাই আহিল ৰাইজ, ১২ ঘণ্টীয়া সৰ্বাত্মক গেলেকী বন্ধ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ হাঁহচৰাৰ পৰা,মুকুল বাইলুং ১২ অক্টোবৰঃ গেলেকী-নাজিৰা মুখ্যপথ নিৰ্মাণৰ দাবীত অনুষ্ঠিত হয় ১২ঘণ্টীয়া সৰ্বাত্মক গেলেকী বন্ধ।

১২ঘণ্টীয়া এই গেলেকী বন্ধ কাৰ্যসূচীত গেলেকী অঞ্চলৰ যান-বাহন, ব্যৱসায়,প্ৰতিষ্ঠান আদিৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ যান-বাহন গেলেকী তৈল ক্ষেত্ৰ অঞ্চলত অনিৰ্দিষ্ট কাললৈ চলাচল বন্ধ ৰখাৰ সিন্ধান্ত।ইতিমধ্যে ৩৩০টা ৰাজহুৱা চহীৰে সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ বিভিন্ন বিভাগ আৰু প্ৰতিনিধিলৈ।

গেলেকী বন্ধ স্থলীত ইতিমধ্যে উপস্থিত হৈছে শিৱসাগৰ জিলাৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া বলিন দেউৰী।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here