দকপুন কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী,১৪ অক্টোবৰঃ ১৩ অক্টোবৰত ধেমাজি জিলা সদৰৰ মাজ মজিয়াত, ধেমাজি জিলা কাৰাটে সন্হাই ‘দকপুন কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ’ নামেৰে এটি কেন্দ্ৰৰ শুভাৰম্ভ কৰে ।

উক্ত উদ্বোধন অনুস্থানত ধেমাজি জিলা আৰক্ষী অধ্যক্ষ্ ৰাকেশ ৰেড্ডী আৰু ধেমাজি জিলাৰ ক্ৰীড়া বিষয়া, ধেমাজি জিলা কাৰাটে সন্হাৰ সভাপতি দিলীপ পেগু, ধেমাজি জিলা কাৰাটে সন্হাৰ কাৰ্যকৰী সভাপতি মনোজ পেগু উপস্থিত থাকে।

প্ৰশিক্ষণ কেন্দ্ৰ টি মূখ্য প্ৰশিক্ষক হিচাপে ভৈৰৱ জ্যোতি হাজৰিকাক দায়িত্ব অৰ্পণ কৰে।লগতে ভৈৰৱ জ্যোতি হাজৰিকাই মানৱ দেহটি সুষ্ঠ সবল কৰা আৰু মানসিকতা সুষ্ঠিৰ কৰি ৰখাৰ স্বাৰ্থত প্ৰশিক্ষণ কেন্দ্ৰটি শুভাৰম্ভ কৰে বুলি জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here