লংকাৰ ৰাণিপুখুৰীৰ পৰা চাইল্ড লাইনে উদ্ধাৰ কৰে এগৰাকী ১৬ বছৰীয়া নাবালিকাক

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৪ অক্টোবৰঃ হোজাইৰ জোগীজানৰ পৰা ৰাণিপুখুৰীলৈ নাবালিকাক পলুৱাই আনিছিল ৰাণিপুখুৰীৰ চজল দাস নামৰ এজন যুৱকে|

পিছত গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষীৰ সহযোগত লংকা চাইল্ড লাইনে উদ্ধাৰ কৰি নগাঁও শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here