ধেমাজি বৰদলনিত গান্ধী সংকল্প যাত্ৰা, অংশগ্ৰহণ কৰে ধেমাজিৰ বিধায়ক ড৹ ৰনোজ পেগুৱে

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৩ অক্টোবৰঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীত সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে গান্ধী সংকল্প যাত্ৰা

সমান্তৰালভাৱে ধেমাজিতো এই সংকল্প যাত্ৰা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে।

আজি ধেমাজিৰ বৰদলনিত তিনিখন পঞ্চায়তৰ অন্তৰ্গত গাওঁসমূহত পদযাত্ৰা কৰি পালন কৰিছে গান্ধী সংকল্প যাত্ৰা

গান্ধীজীৰ সপোনৰ ভাৰতক স্বচ্ছ কৰি ৰাখিবৰ হেতু গ্ৰহণ কৰিছে এই সংকল্প যাত্ৰা।

গান্ধীজীৰ স্বচ্ছতাৰ ভাৰত গঢ়িবৰ হেতু সংকল্প লৈছে সকলোৱে মিলি নতুন ভাৰত গঢ়ো, আহক বাপুৰ পথেৰে আগবাঢ়ো।

দুৰ্নীতিমুক্ত, প্ৰদুষণমুক্ত, সন্ত্ৰাসবাদমুক্ত আৰু বিদেশীমুক্ত অসম গঢ়াৰৰ সংকল্প অসম চৰকাৰৰ l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here