ধেমাজি প্ৰেছ ক্লাৱত দীন মহন দলে আৰু ৰামেশ্বৰ মেদকৰ গ্ৰন্থ উন্মোচন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজি পৰা ললিত শইকীয়া, ২৯ অক্টোবৰঃ ২৮ অক্টোবৰত ধেমাজি প্ৰেছ ক্লাৱত “Quest for Autonomy of the Misings’’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থখনৰ লিখক – দীন মহন দলে আৰু ৰামেশ্বৰ মেদক।

গ্ৰন্থখনৰ শুভউন্মোচন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথে।

উল্লেখ্য যে উক্ত গ্ৰন্থখনত মিচিং সম্প্ৰদায়ৰ লোকসকলৰ, মিচিং জাতিৰ ভাষা সাংস্কৃতিক, মিচিংসকলৰ ঐতিহ্যৰ লগতে বুৰঞ্জীমূলক ভাৱধাৰণা উল্লেখ্য আছে বুলি অৱগত কৰে লিখকগৰাকীয়ে।

উক্ত সভাখনত ধেমাজি জিলাৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here