আৰ্থিক-দুৰ্বল শ্ৰেণীক সকাহ দিয়াৰ উদ্দেশ্যে অসমত মাইক্ৰফাইনেন্সৰ বিশেষ পদক্ষেপ

0
53

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ৩০ অক্টোবৰঃ দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান মাইক্ৰফাইনেন্সে ৰাজ্যৰ দুখীয়া জনসাধাৰণক আৰ্থিকভাৱে স্বাবলম্বী কৰিবলৈ তুলিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷

আজি মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত এক সংবাদ মেল যোগে প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী সঞ্চালক দেৱ বাৰ্মাই কয় বৰ্তমান বিকশিত প্ৰৰিস্হিতিৰ প্ৰতি লক্ষ্য ৰাখি ঋণ গ্ৰহণকাৰী আৰু মাইক্ৰফাইনেন্সে যোগাযোগ অব্যাহত ৰাখিছে৷

গাঁৱৰ দুখীয়া জনসাধাৰণে নিজে কৰ্মমুখী হোৱাৰ উদ্দেশ্যই প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা বিভিন্ন ধৰণে ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷

ইয়াৰ বাবে জনসাধাৰণৰ সহায় সহযোগিতাৰ খুৱেই প্ৰয়োজন৷ অসমৰ বিভিন্ন জিলাৰ অন্তৰ্গত গ্ৰাম্যাঞ্চলত ইতিমধ্যে মাইক্ৰফাইনেন্সে ঋণ প্ৰদান কৰিছে বুলিও সতীশে কয় ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here