ধেমাজী জিলা বৰদলনি শিল্পী সমাজৰ উদ্যোগত শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলাৰ আখৰা তুংগত

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া, ১ নবেম্বৰঃ অসমৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে ধেমাজি জিলাৰ বৰদলনি শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা তৃতীয় বৰ্ষৰ ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অহা ১৩-১৪ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে।

উল্লেখ্য যে বৰদলনি শিল্পীৰ সমাজৰ কলা কৌশলীসকলে শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলাৰ আখৰা পূৰ্ণোদ্যমে চলোৱা দেখা পোৱা গৈছে।

আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, সত্ৰ নগৰী মাজুলীৰ চামগুৰী সত্ৰৰ মুখা শিল্পৰ অত্যাধুনিক কাৰিকৰী কৌশল আৰু ন-পুৰণি শিল্পীৰ নৃত্য-গীত আৰু অভিনয়ৰ সমাহাৰ ঘটিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here