সত্যৰঞ্জন বৰাৰ ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ উন্মোচন

0
12

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৪ অক্টোবৰঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সত্যৰঞ্জন বৰাৰ ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়৷

গ্ৰন্থখন উন্মোচন কৰে বাংলাদেশৰ মৌলনা মুফটি আব্দুল্লাহ আল মাছুদে৷

তেওঁ গ্ৰন্থখন উন্মোচন কৰি কয় ইছলাম আৰু কুৰআনানৰ মতে, সমগ্ৰ নাৰী জাতি কেবল সন্তান জন্ম দিয়া যন্ত্ৰ যৌনকৰ্মী নেকি বুলি তেওঁ প্ৰশ্ন কৰে৷

লগতে তেওঁ মুছলমানৰ তালাক সম্পৰ্কে ব্যাখ্যা আগবঢ়াই ৷ অনুষ্ঠানত গ্ৰন্থখনৰ লিখক সত্যৰঞ্জন বৰাই গ্ৰন্থখন কি পৰিস্থিতিত লিখিবলৈ বাধ্য হ’ল সেই সম্পৰ্কে বাখ্যা আগবঢ়াই৷

তেওঁ কয় আজি জনসংখ্যা বৃদ্ধিৰ মাত্ৰাৰ পৰা মুছলমানসকলৰ অপৰাধ প্ৰবনতা ধৰ্মান্ধতা, নৃশসতা, সন্ৰাসবাদ আদি মুল আধাৰ বস্তুয়েই হ’ল তেওঁবিলাকৰ ধৰ্মগ্ৰন্থ বুলি শিৰত তুলি লোৱা এই কুৰআন গ্ৰন্থ৷

আল্লাহৰ ইমান কঠোৰ নিয়ম কিয় বুলি বাৰাই প্ৰশ্ন উথ্থাপন কৰি কয় আল্লাহ ইমান নিষ্ঠুৰ কিয় ?

আল্লাহৰ ইমান ভয় কিয় ?

তাৰমানে আল্লাহে জানিছিল নেকি যে এটা দিনত নিশ্চিতভাৱে কোনোবা আহিব যিয়ে যুক্তিপূৰ্ণ প্ৰশ্ন কৰিব, তেওঁৰ ইছলামক নস্যাৎ কৰিব বুলি ? সত্যৰঞ্জন বৰাই পূনৰ এক প্ৰশ্ন উত্থাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here