অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ঊনবিংশতিতম বৰদলনি অধিবেশনৰ লাইখুঁটা স্থাপন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৪ অক্টোবৰঃ অহা ১৬ আৰু ১৭ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ঊনবিংশতিত্বম বৰদলনি অধিবেশনৰ তিনি অক্টোবৰত লাইখুঁটা স্থাপন কৰা হয়।

অধিবেশনখন সাফল্য মণ্ডিত কৰাৰ বাবে উঠি পৰি লাগিছে সংগঠনটোৰ কৰ্মীসকলৰ লগতে বৃহত্তৰ বৰদলনীবাসী ৰাইজ ।

উল্লেখ্য যে, উক্ত অধিবেশনখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা সম্পাদক পলাশ চাংমাই অংশগ্ৰহণ কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here