শিমলুগুৰিৰ কৰিবস্তিৰ দিখৌ নদীৰ পাৰঘাটৰ ষট পূজা সামৰণি

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ, ৪ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে শিৱসাগৰ জিলা শিমলুগুৰিৰ কৰিবস্তিৰ দিখৌ নদীৰ পাৰঘাটত ষট পূজা উপলক্ষ্যে উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰা দেখা যায়। 

শিমলুগুৰিৰ দিখৌ নৈৰ পাৰঘাটৰ ষটপূজা স্থলিত সকলো জাতি জনগোষ্ঠী, ভাষা, সম্প্ৰদায়, ধৰ্মাৱলম্বীৰ লোকে ভিৰ কৰা দেখা গ’ল।

প্ৰতিজন ব্যক্তিয়ে সু-স্বাস্থ্য আৰু সমৃদ্ধি কামনাৰে বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সূৰ্য অস্ত যোৱাৰ পূৰ্বে পানীত নামি সূৰ্যক পূজা কৰে।

দেওবাৰে পুৱা সূৰ্যোদয়ৰ পূৰ্বে দিখৌ নদীত অৰ্ঘ প্ৰদান কৰাৰ পিচত ষট পূজাৰ সামৰণি পৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here