পঞ্চায়ত পৰিকল্পনা উৎসৱ,জিপিডিপিৰ দ্বিতীয় গাওঁসভা

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৫ অক্টোবৰঃ পঞ্চায়ত পৰিকল্পনা উৎসৱ সংঘটিত ৰাখি বৰদলনি গাওঁ পঞ্চায়তৰ উদ্যোগত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰণৰ(GPDP)দ্বিতীয় গাওঁ সভাখন ৪ অক্টোবৰৰ দিনৰ ১১ বজাত বৰদলনি বেণুধৰ হাজৰিকা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত সভাখনত ধেমাজী জিলাৰ বিভিন্ন চৰকাৰী কাৰ্যালয় বিষয়াসকলৰ লগতে বৰদলনি পঞ্চায়তৰ বিষয় ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

এই সভাতে পঞ্চায়ত টি উন্নয়ন বাবে প্ৰতি ৱাৰ্ডৰ পৰা বিভিন্ন শিতানৰ আঁচনিৰ পৰা এবছৰলৈ তালিকা প্ৰস্তুত গ্ৰহণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here