লংকাৰ ৫নং ৱাৰ্ডৰ সুভাষ নগৰত ১৩ বছৰীয়া ছাত্ৰীৰ চীপ লৈ আত্মহত্যা

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা, ৭ নবেম্বৰঃ মঙলবাৰে প্ৰায় ২ মান বজাত গা-ধোৱা কোঠাৰ কাপোৰ থোৱা ৰ’ডত চিপ লৈ আত্মহত্যা কৰে পূজা ঘোচ নামৰ কিশোৰীগৰাকীয়ে ।

পাৰিবাৰিক কন্দলৰ পৰিণতিতেই আত্মহত্যাৰ সন্দেহ ।

সুভাষ নগৰত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো ।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here