লংকা আৰক্ষীয়ে আটক কৰে দুই গভাইট বাইক চোৰক

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৭ নবেম্বৰঃ হোজাই জিলাৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা ।

লংকা আৰক্ষীয়ে মৈৰাৱাৰী পৰা আটক কৰে পালচাৰ বাইক সহ দুই গভাইত বাইক চোৰক ।

দুই বাইক চোৰে কিছুদিন পূৰ্বে লংকাৰ উত্তৰ লস্কৰপথাৰৰ পৰা চুৰ কৰিছিল এখন পালচাৰ বাইক ।

আটকাধীন দুই বাইক চোৰৰ নাম ক্ৰমে ৱাহিদ ৰহমান আৰু গুলজাৰ হুছেইন ।

উদ্ধাৰ হোৱা পালচাৰ ৱাইক খনৰ নম্বৰ AS 02 X 7891 ।

বৰ্তমান আটকাধীন চোৰ দুটাক লংকা আৰক্ষী থানাত ৰাখি জেৰা চলাই আছে লংকা আৰক্ষীয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here