গুৱাহাটী প্ৰেছ ক্লাবত ‘চামেলী মেমসাহেব’ প্ৰদৰ্শনৰ আয়োজন

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১৬ নেবেম্বৰঃ ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান শিল্পীজনক শ্ৰদ্ধা জনাই  শনিবাৰে (১৬ নবেম্বৰ)  আবেলি ৫ বজাৰ পৰা
গুৱাহাটী প্ৰেছ ক্লাবত  ‘চামেলী মেমসাহেব’ প্ৰদৰ্শন কৰা হ’ব।

উল্লেখযোগ্য যে ১৯৭৯ চনত ইন্দ্ৰ সেনৰ পৰিচালনাত  মুক্তিলাভ কৰা বাংলা ছবিখনৰ সংগীত
পৰিচালনা কৰিছে  ভূপেন হাজৰিকাই। 

ছবিখনত  অভিনয় কৰিছে George Baker,ৰাখি গুলজাৰ, অনিল চেৰ্তাজী, গীতা দে,  আভা ধুলিয়া ,তৰুণ কুমাৰ, চিন্ময় ৰয়কে  ধৰি আনবহুজনে । 

কণ্ঠদান  কৰিছে ভূপেন হাজৰিকা, হেমন্ত কুমাৰ, উষা মংগেস্কাৰ, আৰতি মুখাৰ্জীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here