ধেমাজিত ড০ হিমন্ত বিশ্ব শৰ্মাঃ বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ’ উদ্বোধন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১৮ নবেম্বৰঃ ১৬ নবেম্বৰৰ বিয়লি ৪ বজাত ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ চৌহদত  ‘প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি’ৰ অধীনত ‘বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ’ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি বিধায়ক ডাঃ ৰণোজ পেগু, বোকাখাতৰ বিধায়ক নুমল মোমিন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্য‌, উপায়ুক্ত নৰসিং পৱাৰে।

লগতে ধেমাজি নগৰৰ পানী যোগান আঁচনিটি শুভাৰম্ভ কৰে।আৰু ধেমাজি জিলা বিভিন্ন সমস্যাৰ ওপৰত নজৰ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here