প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১৮ নবেম্বৰঃ অহা ১ ডিচেম্বৰ ২০১৯ ৰ পৰা মধ্য প্ৰদেশত হ’বলগীয়া ৰাষ্ট্ৰীয় স্কুল গ্ৰেমছৰ কাৰাটে প্ৰতিযোগিতাত ধেমাজি জিলা পৰা হৰি প্ৰধানে অসম স্কুল দলত স্হান লাভ কৰিছে।
হৰি প্ৰধানে ১৭ বছৰ অনুধৰ্ৰ (৬২ কে.জি.) শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
ধেমাজি শাখা কাৰাটে সন্হাই তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।
Facebook Comments