গুৱাহাটী  প্ৰেছ ক্লাবত হ’মিওপেথিক  চিকিৎসক

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২১ নেবম্বৰঃ  গুৱাহাটী প্ৰেছ  ক্লাবৰ  সদস্য -সাংবাদিকসকলৰ বাবে  শনিবাৰে (২৩ নবেম্বৰ) এক বিনামূলীয়া হ’মিওপেথিক  চিকিৎসা শিবিৰৰ  আয়োজন  কৰা
হৈছে। 

শিবিৰত (আবেলি ৪ বজাৰ পৰা ৬ বজালৈ)হ’মিওপেথিক চিকিৎসক ডাঃ দেৱজিৎ
বৰ্মন আৰু ডাঃ হিমাক্ষী  বায়ন উপস্থিত থাকিব।   

সাংবাদিক সকলে শিবিৰত ৰক্তচাপ পৰীক্ষাৰ  লগতে  স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ লাভ কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here