গুৱাহাটী  প্ৰেছ ক্লাবত হোমিও শিবিৰ সম্পন্ন 

0
55

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৫ নবেম্বৰঃ গুৱাহাটী প্ৰেছ  ক্লাবৰ  সদস্য -সাংবাদিকসকলৰ বাবে  শনিবাৰে (২৩ নবেম্বৰ) এক বিনামূলীয়া হ’মিওপেথিক  চিকিৎসা শিবিৰৰ  আয়োজন  কৰা হয়। 

শিবিৰত হ’মিওপেথিক চিকিৎসক ডাঃ  দেৱজিৎ বৰ্মন আৰু ডাঃ হিমাক্ষী  বায়ন উপস্থিত থাকি  সাংবাদিকসকলৰ ৰক্তচাপ পৰীক্ষাৰ  লগতে  স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here