বৃদ্ধাৰ পৰা বাইকত অহা দুৰ্বৃত্তই লুটিলে ৫৫ হাজাৰ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ২৭ নবেম্বৰঃ ২৬ নবেম্বৰত ধেমাজিত পেঞ্চনৰ টকা উলিয়াই নিয়া এগৰাকী বৃদ্ধাৰ পৰা বাইকত অহা দুৰ্বৃত্তই লুটি নিলে প্ৰায় ৫৫ হাজাৰ|

তাকো আকৌ খোদ জিলা উপায়ুক্তৰ বাংলোৰ সন্মুখৰ পৰা|

কাঢ়ি নিয়া বেগটোত নগদ ধনৰ উপৰিও মোবাইল, ঘৰৰ ছাবি-কাঠি আৰু চেকবুক আছিল|

মহিলাগৰাকীৰ নাম শশীমাই শইকীয়া|ইয়ে উদঙাইছে ধেমাজি জিলাত পুলিচ প্ৰশাসনৰ ফোপোলা স্বৰূপটো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here