লংকাত আলফা স্বাধীনৰ পতাকা উত্তোলনৰ ঘটনাত জড়িত আলফাৰ লিংকমেনক আটক আৰক্ষীৰ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৯ নবেম্বৰঃ লামডিংৰ পৰা আটক মানৱজ্যোতি কলিতা(২০)নামৰ আলফাৰ লিংকমেন এজনক।

ধৃত যুৱকজন ১নং কাকী ২নং বঢ়মপুৰ গাঁৱৰ মৃত ধীৰেন কলিতাৰ পুত্ৰ মানৱ জ্যোতি কলিতা।


আলফাৰ ক’লা দিৱসৰ দিনটোত মানৱজ্যোতিয়ে কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গেটত পুৱতি নিশা উত্তোলন কৰিছিল নিষিদ্ধ সংগঠনটোৰ পতাকা।

নিষিদ্ধ সংগঠনটোৰ সংস্পৰ্শলৈ অহা ধৃত মানৱজ্যোতিক অধিক তথ্যৰ বাবে জেৰা অব্যাহত আৰক্ষীৰ।

হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে সংবাদমেল যোগে অৱগত কৰে এই তথ্য।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here