নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ ধেমাজিত

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ দল সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত শেহতীয়া আলোচনা ব্যৰ্থ হোৱাত জ্বলিছে ৰাজ্য৷

নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দি বুধবাৰে ধেমাজিত সদৌ তাই আহোম ছাত্ৰ
সন্থাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে।

যিকোনো মূল্যৰ বিনিময়তে কেব গৃহীত হ’ব নিদিয়াৰ হুংকাৰ দি প্ৰয়োজন হ’লে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনকেইটাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here