হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নখুটীত জোৰ লৈ সমদল

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫ ডিচেম্বৰঃ জাতিধংসী নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবীত এক সমদল উলিয়াই ।

কৃষক মুক্তিৰ শ শ কৰ্মীয়ে হাতত জোৰ লৈ প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে,নাৰিকত্ব সংশোধনী বিধায়ক বাতিল কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব আদি শ্ল’গানেৰে উত্তাল কৰে নখুটীৰ আকাশ বতাহ ।

উক্ত সমদলত কৃষক মুক্তিৰ লগতে স্হানীয় ৰাইজেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here