প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১১ ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।
তাৰ সমান্তৰালভাৱে ১০ ডিচেম্বৰৰ পুৱাৰ ভাগত ধেমাজি গোগামুখৰ প্ৰেছ ক্লাৱ, আছু সহ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ মুণ্ডন কৰি গোগামুখৰ মাজ মজিয়াত কেৱৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে।
Facebook Comments