জাননীঃ বাতৰি পৰিবেশনত বিজুতি

0
20

‘কেব’ গৃহিত হৈ ‘কা’ আইনত পৰিণত হোৱাৰ পিচত সম্প্ৰতি অসমত উদ্ভৱ হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে প্ৰশাসনে মোবাইল ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ ফলত ১২ ডিচেম্বৰৰ পৰাই আমাৰ বিভিন্ন অঞ্চলৰ সাংবাদিকসকলে স্থানীয় বাতৰিসমূহ আমালৈ পঠিয়াব পৰা নাই, সেইবাবে আমাৰ বাতৰি পৰিবেশনত যঠেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । যাৰফলত আমি সেৱা ঠিকমতে আগবঢ়াব পৰা নাই, তাৰবাবে আমি দুঃখিত।                                            –বিভাগীয় সম্পাদক                                                                  ১৬-১২-২০১৯

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here