জাননীঃ সংশোধিত নাগৰিকত্ব আইন (CAA)সন্দৰ্ভত ৰাইজৰ মতামত আহ্বান

0
27

সংশোধিত নাগৰিকত্ব আইন (CAA)সন্দৰ্ভত ৰাইজক মতামত জনাবলৈ আহ্বান জনাইছো৷ অসম,ভাৰতৰ অন্য ৰাজ্য তথা প্ৰবাসী ভাৰতীয়সকলেও এই সন্দৰ্ভত নিজৰ-নিজৰ মতামত লিখি আমালৈ পঠিয়াব পাৰে৷আমি পৰ্যায়ক্ৰমে আপোনালোকৰ মতামত আমাৰ পোৰ্টেলত প্ৰকাশৰ ব্যৱস্থা কৰিম৷অনুগ্ৰহ কৰি যথাসম্ভৱ চুটিকৈ লিখি আমালৈ পঠিয়াওক৷
(pragjyotish.portal@gmail.com) অথবা Whatsapp no.- 90858-98742 লৈ প্ৰেৰণ কৰক৷

                                  — বিভাগীয় সম্পাদক(১৬-১২-২০১৯)

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here