হোজাই জিলাৰ লংকা,কাকীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

0
13

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২১ ডিচেম্বৰঃ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্হাই ‘কা’ৰ বিৰুদ্ধে আব্হান জনোৱা প্ৰতিবাদ হোজাই জিলাৰ লংকা,কাকীতো ৰূপায়ণ কৰা হয় ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

কাকী নেহেৰু খেলপথাৰ আৰু লংকা ৰাজহ চক্ৰ কাৰ্যলয়ৰ সন্মুখত মহিলাসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here