চিমেনচাপৰিত আছু উদ্যোগত খিলঞ্জীয়াৰ বজ্ৰ নিনাদ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৬ ডিচেম্বৰঃ অসমৰ প্ৰতিখন জিলা তে CAA বাতিলৰ দাবীত উতপ্ত পৰিস্থিতি সৃষ্টি হোৱা সমান্তৰালভাৱে আজি ধেমাজি জিলা চিমেনচাপৰিত আছুৰ উদ্যোগত আৰু ৩০ জনগোষ্ঠীয় সংগঠন আৰু চিমেনচাপৰি ৰাইজৰ সহযোগত এক বিশাল খিলঞ্জীয়া বজ্ৰ নিনাদ কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত সভাত সংগঠন সমূহৰ সকলো বিষয় ববিয়া উপস্থিত থাকে ।প্ৰতিবাদ স্হলী পৰাই সংগ্ৰামী সকলে কয়, কোনো কাৰণতে এই ‘কা’ মানি লোৱা নহ’ব, লগতে এই কা বাতিল কৰিবৰ বাবে শাসনাধিষ্টিত চৰকাৰক হুংকাৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here